• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল….. অসমীয়া নাট্যক্ষেত্ৰৰ অন্য এক নতুন প্ৰৱাহ!

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
February 9, 2021 12:53 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৬ আৰু ১৭ ফেব্ৰুৱাৰী ২০১৯ বৰ্ষ। শংকৰী সংস্কৃতি আদৰ্শৰে অনুপ্ৰাণিত এখনি সৰু চহৰ মৰিগাঁও। চহৰখনৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত চৰাইবাহী গাঁৱৰ দাঁতিৰে বৈ যোৱা সোণই নৈৰ তীৰত, জুইফুলীয়া শিমলুৰ আভাত অনুষ্ঠিত হ’ল প্ৰথমবাৰৰ বাবে এখনি নাট সমাৰোহ হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল প্ৰথম প্ৰয়াসত উদ্যোগ ল’লে সেই অঞ্চলৰে নাটবলীয়া এচাম যুৱশক্তিয়ে। তত্বান্বেষীৰ জৰিয়তে  মূলতে প্ৰীতম যোগী, পাৰ্থ বৰদলৈ, লক্ষ্য নাথ, বলেন নাথ, বিদ্যুৎ বৰদলৈ, মৃণাল, অৰূপ, আদিৰ এক সাহসী পদক্ষেপ।

বহু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ অন্তত নিৰ্দিষ্ট দিনৰ দূপৰত আৰম্ভ হ’ল সম্পূৰ্ণ প্ৰাকৃতিক ভাৱে সজাই তোলা অস্থায়ী মঞ্চত প্ৰথম বাৰ্ষিক নাটসমাৰোহ হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল। মুঠ ৫ খনকৈ নাটৰ সমাহাৰ ঘটা চৰাইবাহী লৈ ঢপলিয়াই গ’ল অসমৰ বিভিন্ন ঠাইৰ নাট্যকৰ্মীসকল।

Apply Now

উদ্দেশ্যে কেৱল অনুপ্ৰেৰণা দিয়া। চৰণদাস চোৰ, ভাইৰাছ, নোপোৱা কৰিলেও পাত, অস্ত্ৰোপচাৰ আৰু  বন্ধ্যা এই পাঁচখনকৈ নাটৰ সফল মঞ্চায়নত সমগ্ৰ চৰাইবাহী ৰাইজৰো উৎসাহ লক্ষণীয় আছিল। প্ৰথমবাৰলৈ যেন এই চৰাইবাহীবাসীয়ে নাটকক কিছু বেলেগ ধৰণে উদযাপন কৰিলে।

নাটকীয় এই সংযোগৰ যোগেদি আমাৰো প্ৰীতমবাহিনীৰ স’তে এক আবেগ জড়িত হ’ল। এই যে আৰম্ভ…. ক্ৰমে আকৌ প্ৰত্যাহ্বান সামৰি দ্বিতীয় বাৰৰ বাবেও অনুষ্ঠিত কৰিলে দ্বিতীয় বাৰ্ষিক হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল। এইবাৰ শিমলুৰ ৰঙচুৱা আভাত নহ’য় এইবেলি চৰাইবাহীৰ সোণাই নৈৰ হালধীয়া তীৰত জিলিকিল তত্বান্বেষীৰ  হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল। মুঠ সাতখনকৈ নাটকৰ মঞ্চায়নত পূৰ্বতকৈও দুগুণ উৎসাহ দেখা গ’ল চৰাইবাহী ৰাইজৰ। এঢাপ এঢাপকৈ ৰাজ্যিক পৰ্যায়ৰ পৰা দ্বিতীয় বাৰ্ষিকীত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰাৰ হেপাঁহ পূৰ হ’ল প্ৰীতম বাহিনীৰ।

বৰষুণ, স্বাতিৰ মাক হাৱাই চেণ্ডেলৰ ফিটা, সংগ্ৰাম, অম্বিকা গাঁথা, ছুইচাইড আদিৰ নাটকৰ লগতে সুদূৰ পশ্চিমবঙ্গৰ পৰাও আমন্ত্ৰণ কৰিলে দুখনকৈ নাট এক্স ৱাই জেড আৰু ইলা দিদি।

উৎসাহ বোৰ বাঢ়িল পুনৰ এইবৰ্ষতো অনুষ্ঠিত হ’বলৈ আগবাঢ়িছে হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল। সোণাই নৈৰ তীৰত সেই একেই নৈসৰ্গিক পৰিৱেশত। ফাগুনৰ আগমণী বতাহৰ বা লাগি নাচি উঠিব তত্বান্বেষীৰ সেউজীয়া মঞ্চ। ১৩ আৰু ১৪ ফেব্ৰুৱাৰি ২০২১ৰ এই নাটসমাৰোহখনি ক’ভিড১৯ এই বিধ্বস্ত পৰিৱেশৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰাৰ অনুমতি নাপালে। তথাপি ৰাজ্যৰ ৭ টাকৈ নাট্যদলে অংশ ল’ব এইবাৰৰ সমাৰোহত।

প্ৰথম দিনা নগাঁও শিল্পকাণন নিবেদনত বুঢ়ী আইতাৰ সাধু, পথভ্ৰষ্ট সোণাপুৰৰ অন্তহীন, নগাঁও নিবেদনৰ এজন ডাক্তৰ আৰু এজাক কুকুৰ। একেদৰে দ্বিতীয় দিনা প্ৰথম নিবেদন হ’ব ছন্দ মৰিগাঁৱৰ সভ্যতা সংকট, পথাৰ দুলীয়াজানৰ ছন্দিত গদ্যত এপিয়লা মদ্য অথবা এটি পদ্য অথবা নৈবদ্য, জিৰচং থিয়েটাৰ গুৱাহাটীৰ বান্টি আৰু বাবলী। সমাৰোহখনিৰ শেষ প্ৰযোজনা হ’ব চৰাইবাহী  তত্বান্বেষীৰ নামঘৰ।

নাট্য আন্দোলনৰ ধাৰাক আগবঢ়াই নিয়াৰ বাবে নাটকক জনমুখী কৰিবলৈ তত্বান্বেষীৰ কৰ্মকৰ্তা সকলৰ এই যি শাৰীৰিক, মানসিক কষ্ট, সেয়া স্বীকাৰ কৰিব লাগিব। আৰু যেতিয়াই অনুষ্ঠানটি সফল হ’য়, তেতিয়াই কষ্টবোৰ হৈ পৰে অনুপ্ৰেৰণা। এইবৰ্ষটো তত্বান্বেষীৰ হোলোং দ্যা থিয়েটাৰ ফেষ্টিভেল সফল হওঁক।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd