Latest Post

SIR সন্দৰ্ভত সদনত আলোচনা কৰাৰ আগত বন্দে মাতৰমৰ বিষয়ে আলোচনা কৰা হ’ব- কেন্দ্ৰ

বৰ্ষাকালীন অধিৱেশনৰ সময়ত নিৰ্বাচনী তালিকাৰ বিশেষ কঠোৰ পুনৰীক্ষণ (SIR) সন্দৰ্ভত আলোচনাৰ বাবে বিৰোধীয়ে কৰা অহৰহ দাবীক প্ৰতিহত কৰাৰ পাছত চৰকাৰে...

Read moreDetails

হাতত কেটলি, চাহৰ গিলাচ! কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা মোদীৰ ভুৱা ভিডিঅ’ তৈয়াৰ কৰি বিতৰ্কত কংগ্ৰেছ

এআই ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এটা ভিডিঅ’ক লৈ পুনৰ ৰাষ্ট্ৰীয় ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ এগৰাকী নেত্ৰীয়ে ছ’চিয়েল মিডিয়াত...

Read moreDetails

প্ৰতিবাদ কৰাৰ বাবে যদি দৰমহা কাটিব পাৰে, তেন্তে মন্ত্ৰী সিংহলৰো দৰমহা কাটক : দেৱব্ৰত শইকীয়া

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন পত্ৰ প্ৰেৰণ কৰি স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ দৰমহা কৰ্তন আৰু...

Read moreDetails

নেহৰুৱে চৰকাৰী ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচাৰিছিল, পেটেলে বন্ধ কৰি দিলে! ৰাজনাথ সিঙৰ বিস্ফোৰক দাবী

দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰাইজৰ ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচাৰিছিল! শেহতীয়াকৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এনে এক...

Read moreDetails

চাইবাৰ সুৰক্ষা এপ ‘সঞ্চাৰ সাথী’ প্ৰিলোড কৰাৰ ভাৰতৰ নিৰ্দেশ নাকচ এপলৰ: গোপনীয়তাৰ বিপদৰ আশংকা

ভাৰত চৰকাৰ আৰু বহুজাতিক সংস্থা এপলৰ মাজত এক নতুন সংঘাতৰ সৃষ্টি হৈছে। ভাৰতৰ দূৰসংযোগ বিভাগে (DoT) সকলো নতুন আইফোনত চৰকাৰ...

Read moreDetails
Page 1026 of 14993 1 1,025 1,026 1,027 14,993

Recommended

Most Popular