‘অৰুণাচল ভাৰতৰেই’, চাংহাই বিমানবন্দৰত ভাৰতীয় যুৱতীৰ হাৰাশাস্তিকলৈ প্ৰতিক্ৰিয়া দিল্লীৰ
ভাৰত-চীন সম্পৰ্কৰ স্পৰ্শকাতৰ সময়ৰ মাজতে চীনত অৰুণাচল প্ৰদেশৰ এগৰাকী ভাৰতীয় মহিলা যাত্ৰীক আটক কৰি ৰখাক লৈ নতুন উত্তেজনাৰ সৃষ্টি হৈছে।...
Read moreDetailsভাৰত-চীন সম্পৰ্কৰ স্পৰ্শকাতৰ সময়ৰ মাজতে চীনত অৰুণাচল প্ৰদেশৰ এগৰাকী ভাৰতীয় মহিলা যাত্ৰীক আটক কৰি ৰখাক লৈ নতুন উত্তেজনাৰ সৃষ্টি হৈছে।...
Read moreDetailsপশ্চিম বংগত বুথ লেভেল বিষয়া (বিএলঅ’)ৰ প্ৰতিবাদৰ মাজতে মুখ্য নিৰ্বাচনী বিষয়া (চিইঅ’)ক মাজনিশালৈকে নিজৰ কাৰ্যালয়ত আৱদ্ধ কৰি ৰখাৰ ফলত উত্তেজনা...
Read moreDetailsআয়কৰ আইনৰ বিধান অনুসৰি ৰাজনৈতিক দলসমূহে ২০০০ টকাৰ তলৰ নগদ ধন লাভ কৰিলে দাতাৰ নাম আৰু পৰিচয় প্ৰকাশ কৰিব নালাগে।...
Read moreDetailsশীতকালৰ আগমনৰ লগে লগে বায়ু প্ৰদূষণৰ মাত্ৰাও বৃদ্ধি পাইছে, যাৰ ফলত সাধাৰণ কাহৰ সমস্যাই গুৰুতৰ ৰূপ লৈছে। বিশেষজ্ঞসকলৰ মতে, প্ৰদূষিত...
Read moreDetailsবেংগালুৰুত এখন পঞ্চ তাৰকা হোটেলত এগৰাকী বিমান কৰ্মীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে এজন পাইলটৰ বিৰুদ্ধে। যোৱা ১৯ নৱেম্বৰত হায়দৰাবাদৰ বেগমপেট...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd