কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!
পানীত পৰিহে মৃত্যু হৈছে শিল্পী জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ ছিজাৰ অহাৰ কোনো তথ্য পোৱা নাই চিকিৎসকে মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিছে...
Read moreDetailsপানীত পৰিহে মৃত্যু হৈছে শিল্পী জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ ছিজাৰ অহাৰ কোনো তথ্য পোৱা নাই চিকিৎসকে মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিছে...
Read moreDetailsঅসমীয়াৰ প্ৰাণ জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে অসমবাসী। জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ অসমলৈ অনাৰ প্ৰস্তুতি আৰম্ভ কৰিছে অসম চৰকাৰে।...
Read moreDetailsআজি ছিংগাপুৰত সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। মৰণোত্তৰ পৰীক্ষাৰ পিছত আজিয়েই অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। ভাৰতীয়...
Read moreDetailsবলীউডত নিজৰ নাম উজলাই তুলিছিল জুবিন গাৰ্গে। এজন প্ৰচাৰ-বিমুখ ব্যক্তি। হিন্দী চলচ্চিত্ৰ জগতত জনপ্ৰিয়তা অৰ্জন কৰিলেও তেওঁ নিজৰ অসমৰ শিপা...
Read moreDetailsছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ কেতিয়া অসমলৈ অনা হ'ব সেই সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই। ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd