Latest Post

২০২৪ৰ নিৰ্বাচনৰ ৫১টা সমষ্টিৰ ভোটদান আৰু গণনাৰ তথ্যত বিসংগতিৰ অভিযোগ! নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ নথি পৰীক্ষা কৰি চাঞ্চল্যকৰ দাবী ‘দ্য ৰিপ’ৰ্টাৰ্ছ কালেক্টিভ’ৰ

২০২৪ চনৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ ভোটদান আৰু ভোটগণনাৰ তথ্যক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। ভাৰতৰ নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ নথি...

Read moreDetails

আন্না হাজাৰেৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ আঁৰত বিজেপি-আৰএছএছৰ ৰাজনৈতিক পৰিকল্পনা আছিল নেকি? স্মৃতিকথাত বিস্ফোৰক দাবী ছোনীয়া গান্ধীৰ

দুৰ্নীতিৰ বিৰুদ্ধে দেশজুৰি গঢ়ি উঠা এক বৃহৎ আন্দোলনৰ আঁৰত আছিল নেকি গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ? সমাজকৰ্মী আন্না হাজাৰেৰ নেতৃত্বত চলা দুৰ্নীতি...

Read moreDetails

কুলগামত চি আৰ পি এফৰ তালাচী চকীত সন্ত্ৰাসবাদীৰ আক্ৰমণ! মটৰচাইকেলত আহি ধাৰাসাৰ গুলীচালনা, গুৰুতৰভাৱে আহত ৩ জোৱান

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত পুনৰ নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণ। বুধবাৰে জিলাখনৰ এখন চি আৰ পি এফৰ তালাচী চকীত হঠাতে ধাৰাসাৰ...

Read moreDetails

কেৱল ভোটাৰ পৰিচয়-পত্ৰ বা পেন কাৰ্ডেৰে প্ৰমাণ নহয় ভাৰতীয় নাগৰিকত্ব! কি কি নথি লাগিব, স্পষ্ট ‎কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

কেৱল পেন কাৰ্ড বা ভোটাৰ পৰিচয়-পত্ৰ থাকিলেই কোনো লোকক ভাৰতীয় নাগৰিক বুলি গণ্য কৰিব নোৱাৰি। ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ প্ৰয়োজন...

Read moreDetails

‘বায়ু প্ৰদূষণ ডাঙৰ কথা নহয়, সময়ৰ লগে লগে নিজেই কমি যাব’! দীপাৱলীত আতচবাজি ফুটোৱাক লৈ অদ্ভুদ যুক্তি যোগী আদিত্যনাথৰ

দেশৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ বায়ু প্ৰদূষণে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সময়তে দীপাৱলীত আতচবাজি ফুটোৱা আৰু প্ৰদৰ্শনীৰ পক্ষত মুকলিকৈ থিয়...

Read moreDetails
Page 23 of 15259 1 … 22 23 24 … 15,259

Recommended

Most Popular