অসম চৰকাৰৰ মুখঠেকেছা : কচুতলিৰ উচ্ছেদ স্থগিত ৰাখিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
পুনৰ ন্যায়ালয়ত মুখঠেকেছা খালে অসম চৰকাৰে। আইন অমান্য কৰি সোণাপুৰৰ কচুতলিত অন্যায় উচ্ছেদেৰে হিন্দুত্ববাদী শিবিৰৰ ৱাহ ৱাহ ল’ব খোজা হিমন্ত...
Read moreDetailsপুনৰ ন্যায়ালয়ত মুখঠেকেছা খালে অসম চৰকাৰে। আইন অমান্য কৰি সোণাপুৰৰ কচুতলিত অন্যায় উচ্ছেদেৰে হিন্দুত্ববাদী শিবিৰৰ ৱাহ ৱাহ ল’ব খোজা হিমন্ত...
Read moreDetailsসোমবাৰে উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিসকলে ধৰ্মক ৰাজনীতিৰ পৰা পৃথক কৰি ৰখাৰ আশা কৰা হৈছে৷ আনহাতে...
Read moreDetailsউত্তৰ-পূব সীমান্ত ৰে'লৱেই (এনএফআৰ) উত্তৰ-পূৰ্ব্বাঞ্চলৰ অধিক্ষেত্ৰৰ অধীনৰ আশে পাশে থকা অঞ্চলসমূহত পৰ্যটন প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি...
Read moreDetailsচৰম আৰ্থিক সংকটৰ সন্মুখীন হৈছে পাকিস্তান। দেউলীয়া হৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা ৭ বিলিয়ন মাৰ্কিন ডলাৰৰ বেইলআউট বিচাৰিছে পাকিস্তানে। সেই...
Read moreDetailsভাৰতৰ অন্যতম মহাৰত্ন তৈল - গেছ উদ্যোগীক প্ৰতিষ্ঠান তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে বিগত সহায়ত অসমৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd