Latest Post

ক্ৰীড়া আৰু ট্ৰেন্স প্ৰতিনিধিত্বকৰণ : অন্তৰ্ভুক্তি নে বহিষ্কৰণ?

অলপতে পেৰিছ অলিম্পিকত বক্সাৰ ইমান খালিফ আৰু এঞ্জেলা কাৰিনিক লৈ যিটো ঘটনা হ’ল আৰু তাক লৈ যিমানবোৰ বিতৰ্ক-বিবাদ চলিল, সেয়া...

Read moreDetails

বিভ্ৰাট! অলিম্পিকজয়ী শ্বুটাৰ বুলি অভিনেতা আদিল হুছেইনকে নেটিজেনে জনালে শুভেচ্ছা

শেহতীয়াকৈ অভিনেতা আদিল হুছেইনে পেৰিছ অলিম্পিকত পদক লাভ কৰাৰ বাবে এজন অনুৰাগীয়ে ভুলকৈ প্ৰশংসা কৰি তুৰস্কৰ শ্বুটাৰ ইউছুফ ডিকেকৰ সৈতে...

Read moreDetails

পেৰিছত পদক জয়ৰ হেট্ৰিক নহ’ল; অলিম্পিকৰ অন্তিম ইভেণ্টত চতুৰ্থ স্থানত থাকিল মনু ভাকেৰ

পেৰিছ অলিম্পিকত তৃতীয়টো পদক লাভ কৰিবলৈ সক্ষম নহ’ল মনু ভাকেৰ। ২২ বছৰীয়া শ্বুটাৰগৰাকীয়ে মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত চতুৰ্থ স্থান...

Read moreDetails

ৱায়নাডৰ ১০০ টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে ঘৰ নিৰ্মাণ কৰিব কংগ্ৰেছে; ঘোষণা ৰাহুল গান্ধীৰ

কেৰালাৰ ৱায়নাড ভূমিস্খলনত ক্ষতিগ্ৰস্ত এশৰো অধিক পৰিয়ালৰ বাবে কংগ্ৰেছে নতুন ঘৰ নিৰ্মাণ কৰিব। শুকুৰবাৰে এই কথা ঘোষণা কৰে লোকসভাত বিৰোধী...

Read moreDetails

ভাৰতৰ গ্ৰুপ কেপ্তেইন সুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰিব নাছাই

যদি সকলো ঠিকে থাকে তেন্তে ভাৰতৰ গ্ৰুপ কেপ্তেইন সুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত ভৰি দিব। আমেৰিকাৰ মহাকাশ...

Read moreDetails
Page 3150 of 15195 1 … 3,149 3,150 3,151 … 15,195

Recommended

Most Popular