নিৰ্বাচন আয়োগক ভোটদানৰ পৰিসংখ্যা দিয়াত পলম কৰাৰ বাবে প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ
এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মে দাখিল কৰা আবেদনৰ পাছতে চলি থকা লোকসভা নিৰ্বাচনৰ প্ৰথম দুটা পৰ্যায়ৰ বাবে প্ৰামাণিক ভোটদানৰ শতাংশ প্ৰকাশৰ...
Read moreDetailsএছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মে দাখিল কৰা আবেদনৰ পাছতে চলি থকা লোকসভা নিৰ্বাচনৰ প্ৰথম দুটা পৰ্যায়ৰ বাবে প্ৰামাণিক ভোটদানৰ শতাংশ প্ৰকাশৰ...
Read moreDetailsকটন কলেজৰ মাটি লিজত দিবলৈ বা বিক্ৰী কৰিবলৈ ওলোৱা কথাটোৱে সমগ্ৰ অসমত এটা হুলস্থূলৰ সৃষ্টি কৰিলে, বিশেষকৈ সামাজিক মাধ্যমত।কলেজৰ পঞ্জীয়কে...
Read moreDetailsএটা পৰিয়াল। পত্নী আৰু পাঁচটা ল’ৰা-ছোৱালীৰ লগত কেনেকৈ সুখেৰে দিন কটাব পাৰি সেয়া লৈ পৰিয়ালটোৰ মূৰব্বী সহদেৱ সদায় চিন্তিত আছিল।কিন্তু...
Read moreDetailsইউৰো ২০২৪ৰ বাবে ফ্ৰান্সে ঘোষণা কৰিলে ২৬ জনীয়া দল। ২ বছৰৰ পাছত ফ্ৰান্সৰ দললৈ ঘূৰি আহিছে এংগোলা কান্টে। ২০২২ চনৰ...
Read moreDetailsজিম্মাত থকা আচামীৰ মৃত্যুৰ গোচৰত পুনৰ শিৰোনাম দখল কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। যৌন নিৰ্যাতনৰ গোচৰত জেৰাৰ বাবে মাতি অনা এজন...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd