প্ৰধানমন্ত্ৰী মোদী ভগৱান ৰামৰ অংশ! মোদী বন্দনাত মুখৰ ‘সৈনিক’ কংগনা
দীৰ্ঘসময় ধৰি ৰাজনৈতিক বিষয়ত মন্তব্য প্ৰকাশ কৰি ৰাজনীতিত প্ৰৱেশৰ ইংগিত দি থকা বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে অৱশেষত চৰ্চা চলি থকাৰ...
Read moreDetailsদীৰ্ঘসময় ধৰি ৰাজনৈতিক বিষয়ত মন্তব্য প্ৰকাশ কৰি ৰাজনীতিত প্ৰৱেশৰ ইংগিত দি থকা বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে অৱশেষত চৰ্চা চলি থকাৰ...
Read moreDetailsএক শোকাৱহ দুৰ্ঘটনাই শোকাকুল কৰি তুলিছে ৰহা। ৰহাৰ সমীপৰ বৰাবালি অঞ্চলত এখন দ্ৰুতবেগী ৰে'লৰ খুন্দাত প্ৰাণ হেৰুৱাইছে এজন লোকে। আজি...
Read moreDetailsলোকসভা নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ মেইটামান দিন। সাতটা পৰ্যায়ত হ’বলগা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত...
Read moreDetailsআগন্তুক লোকসভা নিৰ্বাচনত মহিলাৰ ভোটক অগ্ৰাধিকাৰ দিবলৈ বিজেপি নেতাসকলে বাৰে বাৰে শুনাইছে নাৰী সবলীকৰণৰ গীত। কিন্তু বাস্তৱত বিজেপিৰ বিৰুদ্ধে সেই...
Read moreDetailsআবকাৰী দুৰ্নীতিৰ গোচৰত ১৫ দিনৰ বাবে তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। সোমবাৰে আদালতে এই নিৰ্দেশ প্ৰদান...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd