বিজেপিক তীব্ৰ প্ৰত্যাহ্বনেৰে বিহাৰত I.N.D.I.A.ৰ বিশাল জনসভা; বজালে নিৰ্বাচনী ৰণশিঙা
বিহাৰৰ ৰাজধানী পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত দেওবাৰে আয়োজন কৰা জন বিশ্বাস মহাৰেলীৰ জৰিয়তে বিৰোধী ‘INDIA’ৰ মিত্ৰজোঁটে লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজায়।...
Read moreDetails











