ধুবুৰীত মৃত অৱস্থাত উদ্ধাৰ শিহু: মাছধৰা জালত লাগি মৃত্যুৰ সন্দেহ
ধুবুৰী জিলাত আজি মৃত অৱস্থাত উদ্ধাৰ হয় এটা শিহু। ধুবুৰীৰ মাজেৰচৰ অঞ্চলৰ নদীৰ পাৰৰ সমীপত শিহুটো মৃত অৱস্থাত উদ্ধাৰ হয়।...
Read moreDetailsধুবুৰী জিলাত আজি মৃত অৱস্থাত উদ্ধাৰ হয় এটা শিহু। ধুবুৰীৰ মাজেৰচৰ অঞ্চলৰ নদীৰ পাৰৰ সমীপত শিহুটো মৃত অৱস্থাত উদ্ধাৰ হয়।...
Read moreDetailsনেলী ঠাইখনৰ নামটো হয়তো অকল অসমবাসীৰ বাবেই নহয়, বিশ্ববাসীৰ মাজতো অসমৰ এই সৰু ঠাইখনৰ নামটো কম-বেছি পৰিমাণে সকলোৰে বিদিত। ১৯৮৩...
Read moreDetailsসংসদৰ নিৰাপত্তা উলংঘনৰ ঘটনাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সমানে এই ঘটনাৰ তদন্ত অব্যাহত আছে। এই গোচৰত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা...
Read moreDetailsদক্ষিণ আফ্ৰিকা ভ্ৰমণৰত ভাৰতীয় দলে কাইলৈৰ পৰা ঘৰুৱা দলটোৰ বিপক্ষে এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ'ব। এই শৃংখলাৰ পিছতে দুয়োটা দলৰ মাজত...
Read moreDetailsনিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)- এ গ্ৰহণ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে জনোৱা প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বান গ্ৰহণৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd