ইমৰাণ খানক সমৰ্থনৰ অভিযোগ! মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে পাকিস্তানৰ সংসদত গৃহীত প্ৰস্তাৱ
পাকিস্তানৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সংসদে প্ৰস্তাৱ গৃহীত কৰিছে। সোমবাৰে সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱ গৃহীত হয়। পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ...
Read moreDetails











