সাগৰত ডুবিল অৰ্ধ শতাধিক প্ৰবজনকাৰী কঢ়িয়াই অনা নাও : ৪ জন নিহত
শুক্ৰবাৰে ব্ৰিটেইনৰ দক্ষিণ-পূব উপকূলত অৰ্ধশতাধিক প্ৰব্ৰজনকাৰীক কঢ়িয়াই অনা এখন নাও সাগৰৰ বুকুত ডুব যায়। এই দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু...
Read moreDetailsশুক্ৰবাৰে ব্ৰিটেইনৰ দক্ষিণ-পূব উপকূলত অৰ্ধশতাধিক প্ৰব্ৰজনকাৰীক কঢ়িয়াই অনা এখন নাও সাগৰৰ বুকুত ডুব যায়। এই দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু...
Read moreDetails৯ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ সীমান্তত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত সংঘৰ্ষ হৈছিল। ইয়াৰ পিছতেই যেন যিকোনো পৰিস্থিতিৰ বাবে সষ্টম হৈ...
Read moreDetailsবিশিষ্ট চিন্তাবিদ, সাহিত্যিক, সাংবাদিক ড০ শিৱনাথ বৰ্মনৰ দেহাৱসান ঘটিছে। বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ নেমকেয়াৰ হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান চিন্তাবিদগৰাকীয়ে।...
Read moreDetailsবৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ আগিয়াৰ ৰামপুৰত অনুষ্ঠিত হৈ যায় 'আণ্ডাৰ দ্য চাল ট্ৰি ' নাট মহোৎসৱৰ প্ৰথম দিনাৰ নাট প্ৰদৰ্শন আৰু...
Read moreDetailsথাইলেণ্ডৰ জ্যেষ্ঠ ৰাজকুমাৰী বজ্ৰাকতিয়াভা হৃদৰোগত আক্ৰান্ত হৈছে। ৰাজপ্ৰসাদৰ সূত্ৰই প্ৰকাশ কৰা মতে যোৱা বুধবাৰে উত্তৰ পূব বেংককত কুকুৰক প্ৰশিক্ষণ দি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd