সুৰা নিষিদ্ধ বিহাৰত পুনৰ মৃত্যুৰ কিৰীলি! বিষাক্ত চুলাই খাই প্ৰাণ গ’ল ৫ জনৰ
সম্পূৰ্ণৰূপে সুৰা নিষিদ্ধ ৰাজ্য বিহাৰত পুনৰ সংঘটিত হৈছে এক শোকাবহ ঘটনা। শুকুৰবাৰে ৰাজ্যখনৰ পূব চম্পাৰণ জিলাত বিষাক্ত সুৰাপান কৰাৰ ফলত...
Read moreDetailsসম্পূৰ্ণৰূপে সুৰা নিষিদ্ধ ৰাজ্য বিহাৰত পুনৰ সংঘটিত হৈছে এক শোকাবহ ঘটনা। শুকুৰবাৰে ৰাজ্যখনৰ পূব চম্পাৰণ জিলাত বিষাক্ত সুৰাপান কৰাৰ ফলত...
Read moreDetailsভাৰতৰ শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদক (NCERT) 'মান্যতাপ্ৰাপ্ত বিশ্ববিদ্যালয়'...
Read moreDetailsসংখ্যাভাৰতত শিশুসকলৰ মাজত কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱক লৈ এক উদ্বেগজনক তথ্য পোহৰলৈ আনিছে বিশ্ববিখ্যাত চিকিৎসা বিজ্ঞান পত্ৰিকা 'লেঞ্চেট'ৰ (Lancet) শেহতীয়া এক...
Read moreDetailsশুকুৰবাৰে আম আদমী পাৰ্টীৰ (আপ) জ্যেষ্ঠ নেতা তথা সাংসদ ৰাঘৱ চাদ্দাই নিজৰ দলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। ৰাজ্যসভাৰ উপ-দলপতি...
Read moreDetailsৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে ভাৰতৰ পৰিৱৰ্তিত ট্ৰান্সজেণ্ডাৰ (ৰূপান্তৰকামী) আইনক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। সংস্থাটোৱে সতৰ্ক কৰি দিছে যে এই...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd