হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৫৪.৭৩ শতাংশ; প্ৰথম তিনিটা স্থানত পাঁচগৰাকী শিক্ষাৰ্থী
আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে অসম হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ ফলাফলো ঘোষণা কৰা হৈছে। এইবাৰ হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা...
Read moreDetails











