দুদিনীয়া ভ্ৰমণসূচীলৈ কাইলৈ ভাৰতলৈ আহিব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ
ইউক্ৰেইনত যুদ্ধৰ দামামা বাজি থকাৰ মাজতে কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীলৈ ভাৰতলৈ আহিব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ। কাইলৈ দুপৰীয়াৰ ভাগত...
Read moreDetailsইউক্ৰেইনত যুদ্ধৰ দামামা বাজি থকাৰ মাজতে কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীলৈ ভাৰতলৈ আহিব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ। কাইলৈ দুপৰীয়াৰ ভাগত...
Read moreDetailsবঙাইগাঁৱৰ ৰোহিত চৌধুৰী নামৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ এগৰাকী শেহতীয়াভাৱে ব্ৰেইন টিবি ৰোগত আক্ৰান্ত হৈ স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে...
Read moreDetailsঅসমৰ সাধাৰণ শিক্ষিত মানুহৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় জ্ঞানখিনিৰ বাহিৰৰ যৎসামান্য জ্ঞান আহে বাতৰি-কাকত আৰু টি-ভিৰ পৰা। কিন্তু কাকত আৰু টি-ভিত...
Read moreDetailsকাশ্মীৰ ফাইলছ নামৰ জি ষ্টুডিঅ'ই নিৰ্মাণ কৰা ছবি খনকলৈ কৰা মন্তব্যৰ বাবেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনত আক্ৰমণ চলালে বিজেপিৰ...
Read moreDetailsবিশ্বনাথৰ বাঘমাৰীস্থিত পাৱাৰ গ্ৰীডৰ কেতবোৰ কৰ্ম-কাণ্ডই স্তম্ভিত কৰি তুলিছে একাংশ স্থানীয় লোকক। ম্যাদী পট্টাৰ ভূমিত কোনো জাননী অবিহনেই পাৱাৰগ্ৰীড কৰ্তৃপক্ষই...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd