বিশ্বনাথত প্ৰতিক্ৰিয়া: ম্যাদী পট্টাৰ ভূমিত জাননী অবিহনেই পাৱাৰগ্ৰীড কৰ্তৃপক্ষৰ খননৰ অভিযোগ
বিশ্বনাথৰ বাঘমাৰীস্থিত পাৱাৰ গ্ৰীডৰ কেতবোৰ কৰ্ম-কাণ্ডই স্তম্ভিত কৰি তুলিছে একাংশ স্থানীয় লোকক। ম্যাদী পট্টাৰ ভূমিত কোনো জাননী অবিহনেই পাৱাৰগ্ৰীড কৰ্তৃপক্ষই...
Read moreDetails











