যুদ্ধৰ আঁৰৰ যুদ্ধ! ৰাষ্ট্ৰসংঘৰ ১২গৰাকী কূটনীতিকক বহিস্কাৰ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই
আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘত কৰ্মৰত ১২গৰাকী কূটনীতিকক বহিস্কাৰ কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দোহাই দি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কোৱা হৈছে। ৰাষ্ট্ৰসংঘত...
Read moreDetails











