Teacher Transfer Portal: ৰাজ্যত মুকলি হ’ল শিক্ষকৰ বদলিকৰণৰ পৰ্টেল, কেনেকৈ কৰিব আবেদন?সৱিশেষ
বদলিৰ বাবে এতিয়া আৰু ৰাজ্যৰ কোনো শিক্ষকেই গুৱাহাটীলৈ তাঁত-বাতি কাঢ়িব নালাগে। ৰাজ্যৰ শিক্ষা বিভাগে আজি শিক্ষকৰ বদলিকৰণৰ বাবে মুকলি কৰিলে...
Read moreDetailsবদলিৰ বাবে এতিয়া আৰু ৰাজ্যৰ কোনো শিক্ষকেই গুৱাহাটীলৈ তাঁত-বাতি কাঢ়িব নালাগে। ৰাজ্যৰ শিক্ষা বিভাগে আজি শিক্ষকৰ বদলিকৰণৰ বাবে মুকলি কৰিলে...
Read moreDetailsকৰ’ণাত আক্ৰান্ত হৈছে চুপাৰষ্টাৰ অভিনেতা তথা ৰাজনৈতিক দল মক্কল নিধি মায়ামৰ সভাপতি কমল হাছান। কিছুদিন পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা উভতি...
Read moreDetailsঅৱশেষত গৃহবন্দীত্বৰ পৰা মুক্তি পালে চুদানৰ প্ৰধানমন্ত্ৰী আব্দাল্লা হামদাই। সামৰিক অভ্যুত্থানৰ পিছত যোৱা অক্টোবৰ মাহত সেনাই প্ৰধানমন্ত্ৰী জনক আটক কৰিছিল।...
Read moreDetailsছাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ যমুনা নৈৰ পাৰত নিৰ্মাণ কৰোৱাইছিল বিশ্ব বিখ্যাত তাজমহল। ছাহজাহানৰ কৰ্মৰেই উদ্বুদ্ধ হৈ...
Read moreDetailsমুছলিম সম্প্ৰদায়ৰৰ বিৰুদ্ধে অহৰহ ভুৱা প্ৰচাৰ কৰাৰ ফলশ্ৰুতিত আবু ধাবিৰ এটা অনুষ্ঠানৰ পৰা বাদ পৰিছে সুধীৰ চৌধুৰী। জি নিউজৰ এংকৰজনক...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd