Latest Post

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ভাৰতৰ ওপৰত আৰোপ কৰিব ৫০০% শুল্ক! সেউজ সংকেত ট্ৰাম্পৰ

ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কলৈ নামি আহিছে এক অভূতপূৰ্ব সংকট। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতক বৃহৎ আৰ্থিক জৰিমনা...

Read moreDetails

ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰক প্ৰদৰ্শনৰ মূল্যায়নৰ বাবে হোটেললৈ মাতি আনি ধৰ্ষণ, গ্ৰেপ্তাৰ প্ৰশিক্ষক

ৰাষ্ট্ৰীয় শ্বুটিং প্ৰশিক্ষকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী ১৭ বছৰীয়া শ্বুটাৰক ধৰ্ষণৰ অভিযোগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে জনোৱা মতে, এই...

Read moreDetails

এটা অষ্ট্ৰেলিয়ান অন্তৰ্বাস আৰু এজন ৰাজনৈতিক নেতাৰ কেৰিয়াৰ নষ্ট হোৱাৰ কাহিনী

যোৱা ৩ জানুৱাৰীত আদালতত অন্ত পৰিলে তিনিটা দশক ধৰি চলা এটা গোচৰ। ড্ৰাগছ গোচৰত প্ৰমাণ নষ্ট কৰাৰ অপৰাধত দোষী সাব্যস্ত...

Read moreDetails

১০ বছৰত ৮২ শতাংশ বৃদ্ধি পাই ৩ কোটি টকা হৈছেগৈ মোডীৰ সম্পত্তি, আৰু কাৰ কিমান বৃদ্ধি?

এপিনে মূল্যবৃদ্ধি আৰু আনফালে টকাৰ মূল্য ক্ৰমান্বয়ে কমি আহিছে, যাৰ ফলত সাধাৰণ মানুহৰ পৰিয়াল চলাবলৈ সমস্যা হৈছে। আনপিনে, যোৱা ১০...

Read moreDetails

প্ৰধানমন্ত্ৰী ইন্টাৰশ্বিপ আঁচনিৰ বাবে চৰকাৰৰ নতুন চিন্তা, বৃদ্ধি পাব পাৰে ষ্টাইপেণ্ড আৰু বয়সৰ সীমা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ প্ৰধানমন্ত্ৰী ইন্টাৰশ্বিপ আঁচনি চমুকৈ পিএমআইএছক লৈ এতিয়া এক নতুন পৰিকল্পনা চলি থকাৰ কথা...

Read moreDetails
Page 889 of 14979 1 888 889 890 14,979

Recommended

Most Popular