মৰক্কোত ভয়ংকৰ দুৰ্ঘটনা! অট্টালিকা ভাঙি কমেও ১৯ জন লোকৰ মৃত্যু
মৰক্কোত দুটা বহুমহলীয়া অট্টালিকা ভাঙি এক ভয়ংকৰ দুৰ্ঘটনা। ধ্বংসাৱশেষৰ তলত কমেও ১৯ জন লোকক সমাধিস্থ কৰা হয়। আহত হৈছে কমেও...
Read moreDetailsমৰক্কোত দুটা বহুমহলীয়া অট্টালিকা ভাঙি এক ভয়ংকৰ দুৰ্ঘটনা। ধ্বংসাৱশেষৰ তলত কমেও ১৯ জন লোকক সমাধিস্থ কৰা হয়। আহত হৈছে কমেও...
Read moreDetailsগুৰুগ্ৰামৰ ছেক্টৰ ৫৬ থানা অঞ্চলত গৰুক চিকেন ম’ম’ খুৱাই উত্তম-মধ্যম খালে এজন ইউটিউবাৰে। গোৰক্ষকে যুৱকজনক উত্তম-মধ্যম শোধোৱাৰ লগতে তেওঁক গতাই...
Read moreDetailsবিদেশ ভ্ৰমণত পুনৰ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। সংসদৰ শীতকালীন অধিৱেশন চলি থকাৰ মাজতে এইবাৰ তেওঁ জাৰ্মানীলৈ গৈছে। এই ভ্ৰমণক লৈ...
Read moreDetails২০১৪ চনত কেন্দ্ৰত বিজেপিয়ে ক্ষমতা দখল কৰাৰ পিছৰে পৰা দেশত দেখা দিয়া পৰিস্থিতিক লৈঅসমৰ১০০গৰাকীবিশিষ্ট নাগৰিকে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এশগৰাকী...
Read moreDetailsনিষেধাজ্ঞা অষ্ট্ৰেলিয়াত আজি অৰ্থাৎ ১০ ডিচেম্বৰৰ পৰা এক ঐতিহাসিক নতুন নিয়ম কাৰ্যকৰী হৈছে। এই আইনৰ অধীনত ১৬ বছৰৰ তলৰ শিশুৱে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd