টীয়কৰ শিক্ষানুষ্ঠান সমূহ শীঘ্ৰে চেনিটাইজ আৰু অবৈধ মদ,ভাং,জুৱাৰ ঘাটি উচ্ছেদৰ দাবীৰে জিলা উপায়ুক্তলৈ আছুৰ স্মাৰকপত্ৰ
সম্প্ৰতি মহামাৰী ক’ৰ’না ভাইৰাছ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপকভাৱে সংক্ৰমিত হৈছে। অসম চৰকাৰে এই সংক্ৰমণ ৰোধ কৰিবৰ বাবে জনবহুল...











