গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য
দিল্লীৰ বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে প্ৰতিটো শীতকালতে গ্ৰহণ কৰা হৈছে বিভিন্ন জৰুৰী ব্যৱস্থা। জাৰি কৰা হৈছে কঠোৰ নিষেধাজ্ঞা। তাৰ পাছতো...









