ৰাজ্যৰ ৩.৩০ কোটি মানুহক ৰক্ষা কৰাৰ স্বাৰ্থত যিসকলে নিজামুদ্দিনৰ অনুষ্ঠানত অংশ লৈছিল নিজৰ পৰিচয় দিয়া উচিত : মুখ্য মন্ত্ৰী সোণোৱাল
ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ধুবুৰী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে গ্ৰহণ কৰা...











