তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই
আলফা(স্বাঃ)ৰ জ্যেষ্ঠ কেডাৰ দিগন্ত চুতীয়া ওৰফে অনলজয় অসমে সোমবাৰে তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে। দীৰ্ঘদিন ধৰি ম্যানমাৰৰ ইয়াজং অঞ্চলত থাকি...











