ভাৰতৰ পদক্ষেপে বাংলাদেশত সংখ্যালঘুৰ ওপৰত নিৰ্য্যাতন বৃদ্ধি কৰিব : বাংলাদেশত সংবাদমেলত হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদ
ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব পৰাকৈ ভাৰত চৰকাৰে কৰা নাগৰিকত্ব আইনখন সংশোধনত বাংলাদেশৰ ধৰ্মীয় আৰু জাতিগত সংখ্যালঘু জনগোষ্ঠী উদ্বিগ্ন বুলি মন্তব্য...











