গৃহ বিভাগক স্মার্ট পুলিচ প্ৰকল্পৰ ক্ষিপ্ৰ ৰূপায়নৰ নিৰ্দেশ মুখ্য মন্ত্ৰী সোণোৱালৰ
ৰাজ্যখনৰ আৰক্ষী বাহিনীৰ উন্নীতকৰণ তথা আধুনিকীকৰণৰ উদ্দেশ্যেৰে মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান তথা ৰাজ্যৰ গৃহ বিভাগক ৰাজ্যখনত আৰক্ষীৰ...
ৰাজ্যখনৰ আৰক্ষী বাহিনীৰ উন্নীতকৰণ তথা আধুনিকীকৰণৰ উদ্দেশ্যেৰে মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান তথা ৰাজ্যৰ গৃহ বিভাগক ৰাজ্যখনত আৰক্ষীৰ...
অসমৰ বৰ্মন-কছাৰী জনগোষ্ঠীৰ ২,৫০০ লোকৰ নাম সদ্য প্ৰকাশিত এন আৰ চিৰ পৰা ষড়যন্ত্ৰমূলকভাৱে বাদ দিয়াৰ অভিযোগ তুলিছে নিখিল বৰ্মন-কছাৰী ছাত্ৰ...
ৰাজ্যখনৰ সকলো চিকিৎসকক ব্যক্তিগত নিৰাপত্তা দিয়াৰ দাবী উত্থাপন কৰিছে অসম নিৰ্মাণ দলে। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি...
চৰকাৰে এতিয়ালৈকে সন্মতি দিয়া নাই যদিও অসমত থকা বহিৰাগত এশ্ৰেণী লোকৰ দ্বাৰা পূৰ্ণ্যোদ্যমে চলিছে অসমত অচিনাকি পুষ্কৰম উৎসৱ আয়োজনৰ প্ৰস্তুতি।...
এন আৰ চিক এন পি আৰ অৰ্থ্যাৎ ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীলৈ সলনি কৰাৰ দাবী তুলিছে বিজেপি বিধায়ক শিলাদিত্যই। শনিবাৰে অৰ্থাৎ আজি...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd