বিদেশী ন্যায়াধিকৰণৰ ৰায়ক প্ৰত্যাহ্বান : আজি উচ্চ ন্যায়ালয়ত প্ৰাক্তন সেনা বিষয়া সোণাউল্লাহৰ জামিন আৱেদনৰ শুনানি
প্ৰাক্তন সেনা বিষয়া সোণাউল্লাহক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আৱেদনৰ শুনানি...











