ভুক্তভোগী মহিলাগৰাকীৰ বিৰুদ্ধে “পক্ষপাত” দেখিছে ন্যায়াধীশ ৰঞ্জন গগৈৰ প্ৰাক্তন “সহযোদ্ধা”ই
উচ্চতম ন্যায়ালয়ত কৰ্মৰত অৱস্থাত মুখ্য ন্যায়াধীশৰ দ্বাৰা যৌন নিৰ্য্যাতনৰ সন্মুখীন হোৱা বুলি অভিযোগ অনা শীৰ্ষ আদালতখনৰ বৰ্খাস্ত হোৱা মহিলা কৰ্মচাৰীগৰাকীৰ...
উচ্চতম ন্যায়ালয়ত কৰ্মৰত অৱস্থাত মুখ্য ন্যায়াধীশৰ দ্বাৰা যৌন নিৰ্য্যাতনৰ সন্মুখীন হোৱা বুলি অভিযোগ অনা শীৰ্ষ আদালতখনৰ বৰ্খাস্ত হোৱা মহিলা কৰ্মচাৰীগৰাকীৰ...
জু–ৰ’ডৰ বিস্ফোৰণৰ মূল অভিযুক্ত বিজয় অসমক ৰাতিয়েই তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ অনা হ’ল। আলফাৰ কেডাৰজনক ২১ মে’ত ডুমডুমাত গ্ৰেপ্তাৰ কৰা হৈছিল।...
এন আৰ চিৰ দাবী-আপত্তি নিষ্পত্তি প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ে যোৱা ০১.১১.২০১৮ তাৰিখে অনুমোদন কৰা SOP ৰ কিছু দফাৰ লগতে মাননীয় উচ্চতম...
শিৱসাগৰৰ অ’ এন জি চিৰ লাভজনক তৈলক্ষেত্ৰ গেলেকী তৈলক্ষেত্ৰ বিদেশী কোম্পানি শ্লাম বাৰ্জাৰক গতোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে পৃথকে পৃথকে তীব্ৰ প্ৰতিবাদী...
পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছোত আজি আৰক্ষী আৰু ৩নং শিখ ৰেজিমেণ্টে এক যৌথ অভিযান চলাই য়ুনাইটেড কাৰ্বি লিবাৰেশ্যন আৰ্মি (য়ু...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd