কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজত বিভাজনৰ ষড়যন্ত্ৰ; বিধায়ক অশ্বিনী-ফণীভূষণক গৰিহণা
আগন্তুক লোকসভা নিৰ্বাচনত কাক সমৰ্থন দিয়া হ’ব, নতুবা কাক সমৰ্থন দিলে জনগোষ্ঠীটোৰ সমস্যা সমাধান হ’ব সেই ৰণনীতি তথা চূড়ান্ত সিদ্ধান্ত...
আগন্তুক লোকসভা নিৰ্বাচনত কাক সমৰ্থন দিয়া হ’ব, নতুবা কাক সমৰ্থন দিলে জনগোষ্ঠীটোৰ সমস্যা সমাধান হ’ব সেই ৰণনীতি তথা চূড়ান্ত সিদ্ধান্ত...
বৰপেটাত আজি সংঘটিত হ’ল এক আজৱ কাণ্ড। নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা বৰপেটাৰ আবৰ্ত ভৱনৰ পৰাই আজি দুৰ্বৃত্তই লুটি নিলে নগদ ধন...
বিজেপি সাংসদ ৰাম প্ৰসাদ শৰ্মাই লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে শেহতীয়াকৈ প্ৰকাশ কৰা ইস্তাহাৰত জনজাতিকৰণৰ বিষয়টো বাদ দিয়াৰ বাবে দলক সমালোচনা...
লোকসভা নিৰ্বাচনক লৈ সকলো ব্যস্ত হৈ থকাৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি পুনৰ উদ্ধাৰ হৈছে এটা খড়গহীন গঁড়ৰ মৃতদেহ। উদ্যানখনৰ ষষ্ঠ...
ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোত ইভিএমৰ প্ৰৱৰ্তনৰ পাছত শেহতীয়াকৈ এই প্ৰক্ৰিয়াটোত ইভিএমত বিংসগতি হোৱাৰ অভিযোগ উত্থাপন হৈছিল। আনকি কেইবাটাও ৰাজনৈতিক দলে ইভিএমৰ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd