আজি অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ : পাঁচ সমষ্টিত সন্মুখ সমৰত অৱতীৰ্ণ বিজেপি-কংগ্ৰেছ
আজি ৰাজ্যখনৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব। অহা বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া কলিয়াবৰ,...











