মহানগৰীত ভূতবাংলো সদৃশ তথ্যকেন্দ্ৰ জিলিকাইছে লুইতৰ পাৰ জিলিকাবলগা গুৱাহাটী বিশ্ববিদ্যালয়ে
লুইতৰ পাৰ জিলিকোৱাৰ প্ৰতিশ্ৰুতি বহনকাৰী গুৱাহাটী বিশ্ববিদ্যালয়ে উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটীত বছৰ বছৰ ধৰি জিলিকাই ৰাখিছে ভূতবাংলোসদৃশ তথ্যকেন্দ্ৰটো। আমবাৰীত অগপ মুখ্যালয়ৰ...










