প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টিত উন্নয়নৰ নমুনা : নাৱেৰে শিক্ষাৰ্থীক অনা-নিয়া কৰে প্ৰধান শিক্ষক-কৰ্মচাৰীয়ে
ব্যক্তিগত খণ্ডৰ বহু শিক্ষানুষ্ঠানে শিক্ষাক ব্যৱসায়লৈ ৰূপান্তৰ কৰি শিক্ষাব্যৱস্থাটোক পণ্য হিচাপে পৰিগণিত কৰিব বিচৰাৰ বিপৰীতে একাংশ চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাব্যৱস্থা একেবাৰে...











