গ্ৰেইড পে’ৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষকৰ মাজত বৈষম্য সৃষ্টিৰ চেষ্টাক গৰিহণা প্ৰাথমিক শিক্ষক সন্মিলনীৰ
সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদনৰ আসোঁৱাহ নিৰাময় সমিতিৰ পৰামৰ্শৰ ভিত্তিত ৰাজ্য চৰকাৰে গ্ৰেইড পে’ৰ ক্ষেত্ৰত ৰাজ্যখনৰ লক্ষাধিক প্ৰাথমিক শিক্ষকৰ মাজত বৈষম্য...










