ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা বৰপেটাৰ বানিয়াৰাপাৰা কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষকক নিলম্বনৰ দাবী
এগৰাকী কিশোৰীক নিৰ্যাতনৰ অভিযোগত অভিযুক্ত এগৰাকী শিক্ষকক নিলম্বনৰ দাবীত আজি বৰপেটাত বানিয়াৰাপাৰা জনপ্ৰিয় কনিষ্ঠ মহাবিদ্যালয়ৰ লগতে স্থানীয় কেইবাখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে...











