এতিয়া বিদেশীক নাগৰিকত্ব দিয়াৰ হকে মাত মতা বিজয়া চক্ৰৱৰ্তী বিদেশী বহিষ্কাৰৰ অসম আন্দোলনৰ নেত্ৰী আছিল : অধিবক্তা হেমন্ত কুমাৰ নাথ
“বৰ্তমানৰ বিজেপিৰ সাংসদ বিজয়া চক্ৰৱৰ্তী বিদেশী বহিষ্কাৰৰ বাবে হোৱা অসম আন্দোলনৰ নেত্ৰী আছিল। অসম আন্দোলনৰ সময়ত তেওঁৰ কষ্ট আৰু ত্যাগ...











