বেজবৰুৱা পৰিয়ালৰ বংশবৃক্ষৰ জালিয়াতিৰে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ চেষ্টা বাংলাদেশী পৰিয়ালৰ
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা পৰিয়ালৰ লিগেচী ডাটা ব্যৱহাৰ কৰি ভুৱা বংশবৃক্ষৰ তথ্য সন্নিৱিষ্ট কৰি এটি বাংলাদেশী পৰিয়ালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত...











