কাইলৈ ১৭ মাৰ্চত বিজ্ঞানী ষ্টিফেন হকিঙৰ প্ৰতি গুৱাহাটীত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান
সমগ্ৰ বিশ্বৰ অগণিত বিজ্ঞানী আৰু বিজ্ঞানপ্ৰেমী জনসাধাৰণক শোকস্তব্ধ কৰি যোৱা ১৪ মাৰ্চত ষ্টিফেন হকিঙে শেষ নিশ্বাস ত্যাগ কৰিলে। পদাৰ্থবিজ্ঞান-জ্যোতিৰ্বিজ্ঞান-ব্ৰহ্মাণ্ডবিজ্ঞানৰ তাত্ত্বিক...











