Latest Post

টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

টীম সলালে নিতিন নবীনে : বিজেপিৰ IT চেলৰ মুৰব্বী পদৰ পৰা আঁতৰিল অমিত মালব্য

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনে সোমবাৰে দলৰ নতুন ৰাষ্ট্ৰীয় টীম ঘোষণা কৰে। এই নতুন টীমত দলৰ সাংগঠনিক ব্যৱস্থাত কেইবাটাও গুৰুত্বপূৰ্ণ...

শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

শ্যামকানু আৰু সিদ্ধাৰ্থক কোনে দিছে আইনী-আৰ্থিক সহায়? প্ৰশ্ন পামী বৰঠাকুৰৰ

আজি উচ্চতম ন্যায়ালয়ে কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত হত্যাৰ গোচৰত শ্যামকানু মহন্তক জামিন দিবলৈ অস্বীকাৰ কৰাৰ পাছতে শিল্পীগৰাকীৰ...

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

লোকসভা-ৰাজ্যসভাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদন: এতিয়াৰ পৰা কেৰালাৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব ‘কেৰালম’

কেৰালাৰ নাম সলনি কৰি 'কেৰালম' (Keralam) ৰখাৰ বিধেয়কত আনুষ্ঠানিকভাৱে সন্মতি প্ৰদান কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ৰাষ্ট্ৰপতিৰ এই অনুমোদনৰ লগে লগেই...

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তিনিদিনৰ ভিতৰত দুবাৰকৈ হত্যাৰ ভাবুকি লাভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। মাত্ৰ তিনিদিনৰ ভিতৰতে মুখ্যমন্ত্ৰীলৈ এইটো দ্বিতীয়টো এনে ভাবুকিৰ ঘটনা...

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজস্থানৰ চৰকাৰী স্কুলৰ দুৰৱস্থা ফাদিল হোৱাৰ ভয় নেকি? চিজেপিৰ ঘোষণাৰ পাছতেই স্কুলত সোমোৱাত নিষেধাজ্ঞা বিজেপি চৰকাৰৰ

ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ পুতৌলগা অৱস্থাৰ বুজ ল'বলৈ ৰাজস্থানলৈ যোৱাৰ কথা ঘোষণা কৰিছিল কক্ৰোচ জনতা পাৰ্টিৰ অন্যতম আহ্বায়ক আশুতোষ ৰাংকাই। কিন্তু...

Page 199 of 15176 1 … 198 199 200 … 15,176

Recommended

Most Popular