উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা
গুৱাহাটীৰ পৰিৱেশভিত্তিক সংগঠন ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসমে অহা ৮ আগষ্ট, শনিবাৰে "উন্নয়ন আৰু বহনক্ষমতা: শেহতীয়া ধাৰা" শীৰ্ষক এক বিশেষ বক্তৃতানুষ্ঠানৰ...











