স্বামী য’লৈকে যায়, পত্নীও তালৈকে যাবলৈ বাধ্য নহয়! বিবাহ বিচ্ছেদৰ গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
বিবাহ বিচ্ছেদৰ এক গোচৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এক তাৎপৰ্যপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়াইছে। ন্যায়ালয়ৰ মতে, কৰ্মসূত্ৰে স্বামী স্থানান্তৰিত হ'লে ভোডাফোনৰ বিজ্ঞাপনৰ...











