কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ
দেশ স্বাধীন হোৱাৰ পূৰ্বৰে পৰা বসবাস কৰি অহা ৰাজ্যৰ ভূমিপুত্ৰ আৰু আদিবাসীসকলক উচ্ছেদ কৰি ব্যক্তিগত খণ্ডক ভূমি গটোৱাৰ চৰকাৰী সিদ্ধান্তৰ...











