• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সদিচ্ছা নে আন অভিসন্ধি? অসমত ৩টাকৈ বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰৰ প্ৰস্তাৱ বন্তৰাৰ

বিশ্ব হস্তী দিৱস উপলক্ষে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অনন্ত আম্বানীৰ দ্বাৰা প্ৰতিষ্ঠিত বন্যপ্ৰাণী সংৰক্ষণ প্ৰকল্প 'বন্তাৰা'ই অসম চৰকাৰলৈ এক বিশেষ প্ৰস্তাৱ আগবঢ়াইছে। এই প্ৰস্তাৱ অনুসৰি, অসমত ৩টাকৈ অত্যাধুনিক 'বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ্সংস্থাপন কেন্দ্ৰ' স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বন্তৰাই।

মাধুৰ্য ফুকন by মাধুৰ্য ফুকন
August 13, 2026 11:32 am
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব হস্তী দিৱস উপলক্ষে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অনন্ত আম্বানীৰ দ্বাৰা প্ৰতিষ্ঠিত বন্যপ্ৰাণী সংৰক্ষণ প্ৰকল্প ‘বন্তৰা‘ই অসম চৰকাৰলৈ এক বিশেষ প্ৰস্তাৱ আগবঢ়াইছে। এই প্ৰস্তাৱ অনুসৰি, অসমত ৩টাকৈ অত্যাধুনিক ‘বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ্সংস্থাপন কেন্দ্ৰ’ স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বন্তৰাই।

 

Apply Now

প্ৰাপ্ত তথ্য অনুসৰি, বন্তৰাৰ মুখ্য কাৰ্যবাহী বিষয়া বিভান কাৰানিয়ে ১২ আগষ্ট তাৰিখে অনন্ত আম্বানীৰ হৈ অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ বিশেষ মুখ্য সচিবলৈ এই প্ৰস্তাৱপত্ৰখন আনুষ্ঠানিকভাবে প্ৰেৰণ কৰিছে।পত্ৰখনত উল্লেখ কৰা অনুসৰি, এই প্ৰস্তাৱিত ৩টা কেন্দ্ৰৰ ভিতৰত এটা কেন্দ্ৰ সম্পূৰ্ণৰূপে কেৱল এছিয়ান হাতীৰ কল্যাণৰ বাবে উচৰ্গা কৰা হ’ব। এই অত্যাধুনিক কেন্দ্ৰসমূহত জীৱ-জন্তুৰ প্ৰজাতি অনুসৰি বিশেষ আৱাস, উন্নত মানৰ পশু চিকিৎসালয়, ৰোগ নিৰ্ণয়ৰ পৰীক্ষাগাৰ (ডাইগনষ্টিক লেব) আৰু জীৱ-জন্তুৰ পুষ্টি কেন্দ্ৰৰ সুবিধা থাকিব।

এই সমগ্ৰ প্ৰকল্পটো অসম চৰকাৰৰ বন বিভাগৰ নিৰ্দেশনা আৰু তত্ত্বাৱধানত ৰূপায়ণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। কেন্দ্ৰ তিনিটা ক’ত স্থাপন কৰা হ’ব আৰু কিমান পৰিসৰৰ হ’ব, সেই বিষয়ে ৰাজ্যৰ বন বিভাগৰ সৈতে আলোচনাৰ মাধ্যমেৰেহে সিদ্ধান্ত লোৱা হ’ব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, সম্পূৰ্ণ নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পাছত ভাণ্টাৰাই এই কেন্দ্ৰসমূহ কোনো ধৰণৰ চৰ্ত বা মূল্য নোহোৱাকৈ অসম চৰকাৰক সম্পূৰ্ণ বিনামূলীয়াকৈ হস্তান্তৰ কৰিব বুলি পত্ৰ খনত উল্লেখ কৰিছে।

 

মন কৰিবলগীয়া কথা হ’ল, যি বন্তৰাই ‘বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ্সংস্থাপন কেন্দ্ৰ’ স্থাপনৰ এই প্ৰস্তাৱ দিছে, সেই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধেই বন্যপ্ৰাণী সংৰক্ষণৰ নামত বিভিন্ন সময়ত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। অৱশ্যে, প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে থকা এই অভিযোগসমূহ আদালতত প্ৰমাণিত হোৱা নাই। তথাপি এনে পৰিস্থিতিত বন্তৰাৰ এই সদিচ্ছাৰ আঁৰতো কোনো অভিসন্ধি নিহিত থাকিব পাৰে নেকি বুলি প্ৰকৃতিপ্ৰেমী তথা সচেতন মহলে সন্দেহ ব্যক্ত কৰিছে।

 

মাধুৰ্য ফুকন

মাধুৰ্য ফুকন

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am
১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

September 6, 2026 9:16 am
সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

সমাজবিজ্ঞানৰ শিক্ষয়িত্ৰী, বঞ্চিত শিশুৰ বাবে সেৱা; ‘মিছ ৱৰ্ল্ড ২০২৬’ হ’ল ডমিনিকান সুন্দৰী

September 6, 2026 7:51 am
এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am
১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

September 6, 2026 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd