“ষড়যন্ত্ৰ অথবা হিংসাৰ উদগণি নহয়, সজাগতাৰহে প্ৰচেষ্টা লোৱা হৈছিল” : গ্ৰেটাৰ টুকইট গোচৰত গ্ৰেপ্তাৰ হোৱা অধিবক্তা নিকিতা জেকব
চুইডিছ পৰিৱেশ সুৰক্ষাকৰ্মী গ্ৰেটা থানবাৰ্গে ভাৰতৰ কৃষক আন্দোলনৰ সমৰ্থনত দিয়া টুইটসংক্ৰান্তীয় গোচৰত গ্ৰেপ্তাৰ হোৱা অধিবক্তা নিকিতা জেকবে (৩০) দিল্লী পুলিচৰ...











