ভাল কাম কৰা বাবেই বিজেপিয়ে ২০১৬ চনৰ পৰা অসমৰ বিভিন্ন নিৰ্বাচনত ক্ৰমাগতভাৱে সফলতা লাভ কৰি আহিছে : সোণোৱাল
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে ডিব্ৰুগড়, মৰাণ আৰু তিনিচুকীয়া বিধানসভা সমষ্টিৰ পৃষ্ঠাপ্ৰমুখ সকলৰ সন্মিলনত অংশগ্ৰহণ কৰি পৃষ্ঠাপ্ৰমুখসকলক অধিক দায়বদ্ধতাৰে নিজৰ...











