• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাল কাম কৰা বাবেই বিজেপিয়ে ২০১৬ চনৰ পৰা অসমৰ বিভিন্ন নিৰ্বাচনত ক্ৰমাগতভাৱে সফলতা লাভ কৰি আহিছে : সোণোৱাল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 10, 2021 7:08 am

1 min read

22-Sarbananda-Sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

395
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে ডিব্ৰুগড়, মৰাণ আৰু তিনিচুকীয়া বিধানসভা সমষ্টিৰ পৃষ্ঠাপ্ৰমুখ সকলৰ সন্মিলনত অংশগ্ৰহণ কৰি পৃষ্ঠাপ্ৰমুখসকলক অধিক দায়বদ্ধতাৰে নিজৰ দায়িত্ব সম্পাদন কৰাৰ বাবে আহ্বান জনায়।

‘‘আমাৰ সন্মুখন নিৰ্বাচন আছে। বিজেপিয়ে আকৌ চৰকাৰ গঠন কৰিব লাগিব। ৰাজ্যখনৰ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ সকলো স্তৰৰে সৰ্বাংগীন বিকাশ তথা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ স্বপ্ন বাস্তৱায়িত হ’ব লাগিব,’’ সৰ্বানন্দ সোণোৱালে কয়।

বিজেপিয়ে সুযোগৰ সদব্যৱহাৰেৰে জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ দিশত সততাৰে কাম কৰি আহিছে আৰু ভবিষ্যতেও কাম কৰি যাব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে কয়।

দলৰ স্বাৰ্থত আৰু দেশৰ স্বাৰ্থত পৃষ্ঠাপ্ৰমুখ সকলে নিজৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰি আগবাঢ়ি যাব লাগিব বুলিও সোণোৱালে উল্লেখ কৰে।

কংগ্ৰেছৰ দিনত ৰাজ্যখনত ভাষাৰ নামত, ধৰ্মৰ নামত সংঘাতৰ সৃষ্টি হৈছিল আৰু বৰ্তমানৰ চৰকাৰ খনৰ দিনত সমন্বয়ৰ পৰিবেশ গঢ়ি উঠাৰ বাবে ৰাজ্যখনত এক শান্তিপূৰ্ণ বাতাবৰণৰ সৃষ্টি হৈছে বুলিও সোণোৱালে অনুষ্ঠানত মত ব্যক্ত কৰে।

‘‘ভাল কাম কৰা বাবেই বিজেপিয়ে ২০১৬ চনৰ পৰা অসমৰ বিভিন্ন নিৰ্বাচনত ক্ৰমাগতভাৱে সফলতা লাভ কৰি আহিছে,’’ সোণোৱালে পুনৰ কয়।

Recent News

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

prafulla VS Suresh

বঢ়মপুৰত খেলিব মহন্তই, কংগ্ৰেছ মহাজোঁটে মহন্তক এৰি দিব নেকি সমষ্টিটো?

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd