বনভোজস্থলী বগামাটিত মদ বন্ধৰ দাবীত উত্তাল বাঙালীপাৰা চাৰিআলি; ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক জনতা
বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সৌন্দৰ্য ৰাণী বগামাটি বনভোজস্থলীত মদ বন্ধৰ দাবীত শনিবাৰে বাঙালীপাৰাত বাঙালীপাৰা-বগামাটি পথ অৱৰোধ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত...











