Latest Post

Virus

ক’ৰ’ণাতে শেষ নহয়, আহি আছে ক’ৰ’ণাতকৈয়ো মাৰাত্মক ‘ডিজিজ এক্স’,কোন বিজ্ঞানীয়ে দিলে এই বাৰ্তা?

ক’ৰ’ণা ভাইৰাছেই শেষ অতিমাৰী নহয়, ক’ৰ’ণাৰ ভেকচিন ওলোৱাৰ পিছতো বিশ্বাবাসীক আন এক অতিমাৰীয়ে আক্ৰান্ত কৰিব। এই অতিমাৰীৰ ধ্বংসলীলা ক’ৰ’ণাতকৈও বেছি...

Asteroid

সত্য নষ্ট্রাডামুছৰ ভৱিষ্যৎবাণী! : পৃথিৱীৰ দিশে আহি আছে আইফেল টাৱাৰতকৈ বৃহৎ কেবাটাও গ্ৰহাণু

প্ৰখ্যাত ফৰাচী জ্যোতিবিদ নষ্ট্ৰাডামুছৰ ভৱিষ্যৎবাণী পুনৰ এবাৰ শুদ্ধ প্ৰমাণিত হ’বলৈ গৈ আছে! ফৰাচী জ্যোতিবিদজনে ভৱিষ্যৎবাণী কৰিছিল যে ২০২১ বৰ্ষৰ আৰম্ভণিতে...

China president Xi_Jinping

নতুন বছৰত পুনৰ চীনৰ সেনাক যুদ্ধৰ বাবে সাজু হোৱাৰ নিৰ্দেশ দিলে ঝি জিনপিঙে

লাডাখ সংকটৰ সমান্তৰাল ভাবে চীনৰ শতাধিক এপ নিষিদ্ধ কৰাকলৈ ভাৰতৰ সৈতে চীনৰ ব্যৱধান ক্ৰমাৎ বাঢ়ি গৈছে। এনে সময়তে ভাৰতৰ প্ৰতি...

Biswajit Daimary

আৰক্ষীৰ বাবে ডাঙৰ সকাহ, প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ সন্ধানহীন পুত্ৰক উদ্ধাৰ

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা বিজেপি নেতা বিশ্বজিৎ দৈমাৰীৰ সন্ধানহীন পুত্ৰ অমিতৰাজ দৈমাৰীৰ সন্ধান লাভ কৰিছে অসম আৰক্ষীয়ে। অতিৰিক্ত আৰক্ষী সঞ্চালক...

২৫ ফেব্ৰুৱাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘গো বিজ্ঞান’ পৰীক্ষা অনুষ্ঠিত কৰিব চৰকাৰে

২৫ ফেব্ৰুৱাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘গো বিজ্ঞান’ পৰীক্ষা অনুষ্ঠিত কৰিব চৰকাৰে

অহা ২৫ ফেব্ৰুৱাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ 'গো বিজ্ঞান' পৰীক্ষা অনুষ্ঠিত কৰিব চৰকাৰে। এই ঘোষণা কৰিছে ৰাষ্ট্ৰীয় কামধেনু আয়োগে। গো-কল্যাণৰ বাবে গঠন...

Page 8137 of 15277 1 … 8,136 8,137 8,138 … 15,277

Recommended

Most Popular