তিব্বতী লোক নৃত্যৰে মুখৰিত হ’ল গুৱাহাটী গ্ৰন্থমেলাৰ থলী : ধ্বনিত হ’ল দালাই লামা জিন্দাবাদ
চুবুৰীয়া তিব্বতৰ বাৰে-ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানে আজি সন্ধিয়া মুখৰিত কৰে ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ প্ৰাঙ্গণ। বিশেষকৈ তিব্বতী শিল্পীসকলৰ ‘শ্লো লায়ন ডাল'...











