বৰপেটাৰ মহীৰূহ গোকুল পাঠকৰ স্মৃতিত পুথিভঁড়াল আৰু সংগ্ৰহালয় নিৰ্মাণৰ শুভাৰম্ভ; সাংসদে পাহৰিলে প্ৰতিশ্ৰুতি
কলাগুৰু বিষ্ণুৰাভা, সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ সংগী বিশিষ্ট শিল্পী, সাহিত্যিক, সাংবাদিক প্ৰয়াত গোকুল পাঠকৰ স্মৃতিৰাজি সংৰক্ষণৰ বাবে আজি গোকুল পাঠক...











